Skip to content

Commit

Permalink
2020-06-04 Sentence Collector Export + Update Locales (#2766)
Browse files Browse the repository at this point in the history
  • Loading branch information
MichaelKohler committed Jun 4, 2020
1 parent 3dfa3a2 commit 9e5c526
Show file tree
Hide file tree
Showing 54 changed files with 14,020 additions and 120 deletions.
1 change: 1 addition & 0 deletions locales/native-names.json
Expand Up @@ -61,6 +61,7 @@
"ku": "کوردی",
"kw": "Kernowek",
"ky": "Кыргызча",
"lg": "Luganda",
"lij": "Lìgure",
"lt": "Lietuvių",
"lv": "Latviešu",
Expand Down
2 changes: 1 addition & 1 deletion server/data/as/sentence-collector.json

Large diffs are not rendered by default.

20 changes: 20 additions & 0 deletions server/data/as/sentence-collector.txt
Expand Up @@ -22,6 +22,7 @@
অইনৰ ছোৱালীৰ নিচিনা আলাইজাবৰী হোৱা হ'লেও এক কথা আছিল।
অকণমানি সেই ফাঁকটোৰে বাহিৰলৈ উলিয়াই দি জোকাৰিবলৈ ধৰিলে।
অকনমান বিবুদ্ধিত পৰিল।
অকল তয়েই আছিলি
অকল দেখা-সাক্ষাৎ কিয় কেতিয়াবা একে লগে উমলিছিলোঁ।
অকল পানেয়েই মোক মৰম কৰিছিল।
অকল মই কলেই নহ'ব নহয়।
Expand Down Expand Up @@ -608,6 +609,7 @@
ইয়াক উত্তৰ-পূব ভাৰতৰ 'প্ৰৱেশদ্বাৰ' বুলিও কোৱা হয়।
ইয়াক এছিয়াৰ এখন অন্যতম পুৰণি নগৰ বুলি অনুমান কৰিব পাৰি।
ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ" নামেৰে জনা গৈছিল।
ইয়াকে কয় সৎসাহস
ইয়াকে বুজি তাই বৰকাছজনী মাৰিবলৈ বুধি পাতিলে।
ইয়াকে ভাবি তাই পিছদিনা তুলাক সিহঁতৰ লগত গৰু চৰাবলৈ পঠিয়াই দিলে।
ইয়াকে ভাবি সাউদনীয়ে জৰাগছ জোপা নদীত উটাই দিলে।
Expand All @@ -617,6 +619,7 @@
ইয়াকে লৈ আন্দোলন আৰম্ভ হয়।
ইয়াকে সি থিৰ কৰি এটা এটাকৈ গৰুবোৰৰ টিকাত হাত ফুৰাবলৈ ধৰিলে।
ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়।
ইয়াত কি কথা আছে?
ইয়াত কিবা তদন্ত কৰিছিলনে?
ইয়াত চাৰিতাৰকাযুক্ত ৰেষ্টোৰেণ্ট, মল, ব্ৰেণ্ডেড ষ্টোৰ, নাইট ক্লাব, বাৰ-ডিস্কো, বুটিক-হোটেলৰে ভৰপূৰ।
ইয়াত ভাগ লোৱা সৰু লৰাৰ বাবে এই খেল আটাইতকৈ বিপদজনক।
Expand Down Expand Up @@ -976,6 +979,7 @@
এটা কথা মনত ৰাখিব, ডাক্তৰক ফাকি দিলে ৰোগ-নিৰ্ণয় কৰাত ভুল হ'ব পাৰে।
এটা ক্ষয়িষ্ণু সংস্কৃতিৰ সমাজ বুলি ভবা যেন কৰিছে
এটা গেলা মাছে গোটেই পুখুৰীটোৰ পানীকে দুৰ্গন্ধময় কৰিব পাৰে।
এটা জন্তুহে যেন
এটা টেকেলিত পানী থৈ তলত জাল দিলে দেখিবা
এটা নিগনিয়ে তাৰ গাৰ ওপৰেদি পলাব ধৰোঁতে সি সাৰ পাই তাক খামুচি ধৰিলে।
এটা মানুহে তাইক জোৰ কৰি টানি আনিছে।
Expand Down Expand Up @@ -1027,6 +1031,7 @@
এতিয়া সেই সমলেৰেই সেই দিনাই বিয়াখন পাতিব লাগে।
এতিয়া সেইজন আগৰ পৰা নাইকিয়া হ'লেহে তেওঁৰ তেওঁলৈ বেছিকৈ মনত পৰা হ'ল।
এতিয়া সেইবোৰ পেলনি গ'লে বহুতো লোকচান হ'ব।
এতিয়া সেকা পাবি
এতিয়াই থানাত এখন এজাহাৰ দিয়া ভাল।
এতিয়াই মই তোমাক ছ'ছেজ আৰু ভাল ভাল পিঠা আনি দিওঁ।
এতিয়াই মণ্ডলৰ তালৈ যাব লাগে নহ'লে সকলো মিছা হ'ব।
Expand Down Expand Up @@ -1845,6 +1850,7 @@
চহৰৰ অনেক অঞ্চলেই সমুদ্ৰপৃষ্ঠৰ পৰা সামান্য উচ্চতাত অৱস্থিত।
চহৰৰ নাম পৰিবৰ্তিত কৰি মুম্বাই ৰখা হয়।
চহৰৰ প্ৰধান দৰ্শনীয় স্থানসমূহত তেৰটা পৰস্পৰ সম্পৰ্কযুক্ত বোমা বিস্ফোৰণৰ ঘটনা ঘটে।
চাই দেখিলে জৰ্জ
চাই মেলি হিচাব কৰি কিমান ভাড়া পৰিব।
চাইৰেণ বাজিয়েই থাকে।
চাকিটোত যে তেল নথকা বাবে তেনে হৈছে এনে নহয়, তাত তেল আছে।
Expand Down Expand Up @@ -1906,6 +1912,7 @@
চেনিৰামে প্ৰথমতে অস্বীকাৰ কৰিছিল আৰু দোষী কোন ধৰিও দিছিল।
চেনিৰামৰ নিজৰ মনতো এনে ভাব খেলাইছিল।
চেনিৰামৰ পদূলিত থিয় হৈ নৰায়ে মাতিলে।
চেনেঙৰ গৰাকী মই
চেল' টে'প বা গ্লু আছে যদি দিয়াচোন।
চেষ্টাক বৰষুণ সৃষ্টি কৰি প্ৰতিহত কৰি আহিছিল দেৱৰাজ ইন্দ্ৰই।
চোকা আছিল আৰু যি কোনো কামতে মনোযোগ দেখা গৈছিল।
Expand Down Expand Up @@ -2044,6 +2051,7 @@
টকাকেইটা লৈ গৈ মাটি কিনি বহাটা সাজিলে।
টকাখিনি সৰকালে, আন মানুহে টকাবোৰ কি হ'ল একো বুজিব নোৱাৰিলে।
টকাচেৰেক ধাৰ কৰি শাস্ত্ৰ-সমস্তকৈ পানীৰ দাঁতিতে দদায়েকৰ চুৱাটো গুচাই থ'লে।
টম, মোৰ কথা শুন
টমক ঘোঁৰাত উঠাবলৈ দুই তিনি বাৰ সিহঁতে চেষ্টা কৰিলে।
টমক দৰব জাতি দি বহুতো সুস্থ কৰিলে।
টমে আৰু এনে ঠাইত আগেয়ে থকা নাছিল।
Expand Down Expand Up @@ -2099,6 +2107,7 @@
ডিমা হাছাও জিলা অসমৰ আটাইতকৈ কম জনবসতি ঘনত্বৰ জিলা।
ডিস্ক ক্লিন-আপ কৰিলে কিছুমান অদৰকাৰী ফাইল আঁতৰি যাব।
ডেকা ত্ৰিশ-পয়ত্ৰিশ বছৰীয়া হৈ উপাৰ্জনক্ষম হ’লেহে তেওঁৰ বিয়াৰ চেষ্টা কৰা হৈছিল।
ডেকা-গাভৰু উঠিল
ডেকা-গাভৰু, কেঁচা ভকত সকলোৱে তেওঁক মাজত সুমাই ল'লে।
ডেকা-গাভৰুৱে তাক বুজিব নোৱাৰিলে।
ডেকাকেইজনে অলপ অলপ লেখা-পঢ়াও জানিছিল।
Expand Down Expand Up @@ -2223,6 +2232,7 @@
তাকেই বাস্তৱিক চিত্ৰ আঁকি দেখুৱাব খোজা হৈছে।
তাকেহে সেই সময়ৰ অসমত ঘটা নানা ঘটনাৱলী
তাকো এগৰাকী মাতৃয়ে নিজ পুত্ৰক ৰক্ষা কৰাৰ দোষত।
তাকো তো নেজানোঁ
তাচ হাতত ল'লে সংসাৰ গোটেইখনকে পাহৰে।
তাচৰ পাত দিবৰ পৰত "অ' মই দিব লাগে নেকি?"
তাত এগিলাচ গাখীৰ আৰু এটা ৰসগোল্লা খায়।
Expand Down Expand Up @@ -2722,6 +2732,8 @@
তোমাৰ মনত সন্তোষ ও লগাব নোৱাৰে।
তোমাৰ ৱাট্‌চএপ নম্বৰটো দিয়াচোন।
তোলৈ বাট চাই চাই বহুত ৰাতিকৈহে ৰান্ধিছিলোঁ।
তোৰ একো ভয় নাই
তোৰ ঘৈণীয়েৰ ক'ত?
তোৰ টকা জমা থাকিব পাৰে, কিন্তু তাক যেতিয়া নাপালোঁৱেই তোক ক'ৰ পৰা দিম।
তোৰ তেজ ওলোৱা যদি বন্ধ নকৰোঁ তোৰ জীৱনৰ আশা নাই।
তোৰ নিমিত্তে চেষ্টা কৰিব খোজে, সেই দেখি তেওঁক কালিলৈ পুৱাতে আমাৰ মতামত লাগে।
Expand Down Expand Up @@ -3058,6 +3070,7 @@
নেৰোঁ, তই কি কৰিবি! এইজনী তোৰ মাৰ নে ঘৈণীয়েৰ!
নৈ, ঝৰণা বা অইন পানী থকা ঠাইৰ দাতিৰ বনত সিংহই শিকাবৰ কাৰণে লুকাই থাকে।
নৈ, বিলৰ পানী যেনেদৰে শুকাবলৈ লাগিছে।
নৈখন বৰফেৰে ভৰা
নোৱাৰোঁ কি মই আৰু একো কামকে নকৰোঁ।
নৌকাসমূহ সাজু হৈ উঠোতেই সতীয়ে কাৰ্ত্তিকৰ জন্ম দিয়ে।
নৰকে চৰ্ত পূৰণ কৰিব নোৱাৰিলে।
Expand Down Expand Up @@ -3581,6 +3594,7 @@
বয়সো বেচি হোৱা যেন লাগে।
বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ লগত আজৰি সময় উলিয়াই কিছু সময় কটাবলৈ পালে ভাল লাগে।
বৰ দৰকাৰ এটা আছে।
বৰ ভাল মানুহ ই
বৰ ৰদত মাটি শুকাই যোৱা বাবে ৰসৰ অভাৱত গছ গছনি বিলাক ৰঙ্গা পৰে
বৰকাছ ধৰ পৰিছে বুলি শুনি গা ভাল পাইছোঁ বুলি শোৱাপাটীৰ পৰা উঠি বহিল।
বৰকৈ আতৌ-পুতৌ কৰি খুৱাই-বুৱাই ৰাখিছিল কিন্তু দিনে-ৰাতিয়েই চেলু নিবিচাৰি নাছিল।
Expand Down Expand Up @@ -3736,6 +3750,7 @@
মই দৰা লৈ আহোঁ।
মই ধৰা নপৰাকৈ তেজপুৰ পালোঁহি।
মই নিশ্চই কৈছোঁ সেই ভয় লগা মেকুৰিটোৰ পৰা মোক ৰক্ষা কৰিবলৈহে সেইটো সাজিছে
মই নেযাওঁ
মই পণ্ডিতৰ গোহালি-ঘৰটো সাজি দিম বুলি দহ টকাত ঠিকা লৈছিলোঁ।
মই পুৱাতে মাতিছোঁ বুলি কৈছিলা নহয়?
মই বহুত ভাবি-চিন্তি এই কথা কৈছোঁ।
Expand Down Expand Up @@ -3830,6 +3845,7 @@
মাক-বাপেকৰ কথালৈ বৰ কাণ দিয়া তেওঁৰ অভ্যাস নাই।
মাকে তাকে দেখি গুঠি মৰা বিদ্যাটো এৰিব নোৱাৰিলে।
মাকে মেৰিক চাহৰ পানী তপতাবলৈ ক'লে।
মাকৰ মন পমি গ'ল
মাঘমহীয়া অলপ কিন্‌কিনীয়া বৰষুণ।
মাঘৰ বিহুৰ উৰুকাত আমাৰ ঘৰৰ জেউৰা এবাৰো অগ্নি দেৱতাৰ খোৰাক নহ'ল।
মাছটোৰ কথা শুনি আনবোৰ মাছ বগলীৰ লগত যাবলৈ সাজু হ'ল।
Expand Down Expand Up @@ -4048,6 +4064,7 @@
মোৰ ল'ৰা অ' এন জি চিত কাম কৰে।
মোৰ লগতো জনা-শুনা আছে।
মোৰ সঁচা মৰমক ছলনা কৰি কাপুৰুষৰ দৰে তুমি পলায়ন কৰিব লৈছা।
মোৰ সকলোয়েই গ'ল
মোৰ সমনীয়া মালতীয়ে মাকুকে ধৰিব নেজানে
মোৰ সৰু ভাইটিয়ে চাকৰি পালে।
মোৰ সৰুতে আই-বোপাই মৰিল।
Expand Down Expand Up @@ -4410,6 +4427,7 @@
সকলোতকৈ গুৰুত্বপূৰ্ণ পুৰাতাত্বিক স্থান হৈছে দীঘলী পুখুৰীৰ ওচৰৰ আমবাৰী।
সকলোৰে মত থকাত তেওঁ নিদিষ্ট দিনত দৰা-ঘৰ চাবলৈ গ'ল।
সকলোৱে অনুৰোধ কৰাত, তেখেতে গান গাই শুনাইছে।
সকলোৱে আচৰিত হ'ল
সকলোৱে আমোদ উপভোগ কৰিলে।
সকলোৱে ক'লে- "তেজপুৰলৈ গৈ প্ৰথমতে কথাটোৰ ভালকৈ আঁতি-গুৰি লোৱা উচিত।"
সকলোৱে চেনিৰামকেই দোষী বুলি ধৰিলে।
Expand Down Expand Up @@ -4531,6 +4549,7 @@
সিহঁত দুয়োৰো উপদ্ৰৱত মানুহে ততমত এৰিছিল।
সিহঁত যদি এইখিনিলৈ আহে, এজন এজনকৈ আহিব লাগিব।
সিহঁত যেন এটা পৰ্বতৰ ওপৰত দুয়ো হাতত ধৰাধৰিকৈ ফুৰিছে।
সিহঁত শোকত অধীৰ
সিহঁতক কৈ কৈ ভাগৰি পৰিছে।
সিহঁতক কৰ-কাটলৰে যোগান দি সিহতক মানি লৈছো দেখিয়েই সিহঁতে আশাক শাসন কৰিছে।
সিহঁতে অকাই-পকাই জংকিক ধৰিলেগৈ- "তয়েই এইবিলাক অনৰ্থৰ মূল।"
Expand All @@ -4539,6 +4558,7 @@
সিহঁতে এই দৰে বন্ধুভাৱে আৰু বেচি দিন থাকিবলৈ নেপালে।
সিহঁতে এটা মাছক বগলীৰ লগত গৈ বিলখন চাই আহিবলৈ পঠিয়ালে।
সিহঁতে এপাল ল'ৰা-ছোৱালীৰে তহঁতক গৰুৰ দৰে বাই খাব।
সিহঁতে জানিলেহে
সিহঁতে ধৰা নপৰিলেই মই ভাল পাওঁ এতিয়া।
সিহঁতে নিতৌ এইদৰে পুখুৰীৰ পাৰত পৰমান খাই চিকণ হৈ উঠিল।
সিহঁতে সোনকালে সেই গাওঁ এৰি যাব নোখোজ।
Expand Down
2 changes: 1 addition & 1 deletion server/data/ca/sentence-collector.json

Large diffs are not rendered by default.

0 comments on commit 9e5c526

Please sign in to comment.